New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/06199bfe-54ae-4dd0-8eba-c53cd3bf4bfe.jpg)
- ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণা ।
- সনন্ত তাঁতিলৈ ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ।
- 'কাইলৈৰ দিনটো আমাৰ হ'ব' শীৰ্ষক গ্ৰন্থৰ বাবে স্বীকৃতি প্ৰদান তাঁতিলৈ ।
- বড়ো ভাষাৰ বাবে ঋতুৰাজ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা ।
- 'ডৌংছে লামা' নামৰ বড়ো ভাষাৰ গ্ৰন্থখনৰ বাবে বসুমতাৰীলৈ এই বঁটা ।
- বহু অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে বিশিষ্ট সাহিত্যিক দুগৰাকীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us