Published on:
Updated on:
- আগমনীত বলাৎকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
- অভিযানত আৰক্ষীৰ জালত পৰে দুজন লোক।
- ধৃত লোকদুজন ৰাজদ্বীপ বৰুৱা আৰু ৰফিজুল ৰহমান মণ্ডল।
- দুয়োজন লোকৰ বিৰুদ্ধে ছাত্ৰীক বলাৎকাৰ কৰাৰ অভিযোগ।
- মঙলবাৰে লোক দুজনে বলাৎকাৰ কৰাৰ অভিযোগ ছাত্ৰীগৰাকীক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in