New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/indian_railway_660_050418065654.jpg)
প্ৰতীকি ফটো
লালুকৰ গাভৰু টুনিজান ৰেল ক্রচিঙত শোকাৱহ ঘটনা।
ৰেলপথৰ দলং পাৰ হ’বলৈ লওঁতেই ৰেলে মহটিয়ালে দম্পতীক।
বুধবাৰে সংঘটিত হৈছে এই ঘটনা।
ৰঙিয়া-মুৰ্কংচেলেক যাত্রীবাহী ৰেলে মহটিয়াই নিয়ে দম্পতীক।
থিতাতে নিহত চন্দ্রকান্ত শইকীয়া, সুবালা শইকীয়া।
দুয়োৰে ঘৰ গাভৰু টুনিজানৰ অনুবৈচা গাঁৱত।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us