অসম
১৮-৪৪ বছৰ বয়সৰ লোকক বুধবাৰৰ পৰা দিয়া হ’ব ভেকচিন…
- বুধবাৰৰ পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকক দিয়া হ'ব ভেকচিন।
- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।
- তেওঁ লগতে কয়- ৰাজ্যত কোভিড পৰিস্থিতি কিছু বেয়াৰ ফালে ঢাল খাইছে।
- অসমত ডেৰ লাখ নতুন ভেকচিন আহিছে।