Published on:
Updated on:
- আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম যোৰহাট প্ৰশাসন।
- জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
- নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জিলাখনত শান্তি শৃংখলা বজাই ৰখাৰ বাবে এই পদক্ষেপ প্ৰশাসনৰ।
- জিলাখনত কোনো কাৰণতে যাতে শান্তি-শৃংখলা বিঘ্নিত নহয়, তাৰ প্ৰতি নজৰ।
- এতিয়াৰে পৰা জিলাখনত দুচকীয়া বাহনত ২ জন লোক উঠাত নিষেধাজ্ঞা।
- অৱশ্যে এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে ১০ বছৰৰ তলৰ শিশু, ৬০ উৰ্ধ্বৰ লোক আৰু ৰোগীক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in