মাজুলীত অঘটন : কমলাবাৰী অভিমুখী ফেৰীৰ পৰা লুইতত জাঁপ যুৱকৰ…

মাজুলীত অঘটন : কমলাবাৰী অভিমুখী ফেৰীৰ পৰা লুইতত জাঁপ যুৱকৰ…
  • মাজুলীত পুনৰ অঘটন।
  • ফেৰীৰ পৰা ভাৰ লুইতত জাঁপ দিলে এজন যুৱকে।
  • নিমাতীৰ পৰা কমলাবাৰী ঘাট অভিমুখী ফেৰীত এই অঘটন।
  • RPL ডিগাৰু নামৰ ফেৰীখনৰ পৰা ব্রহ্মপুত্রত জাঁপ দিলে যুৱকজনে।
  • আত্মহত্যাৰ উদ্দেশ্যেৰে লুইতত জাঁপ দিছিল যুৱকজনে।
  • যাত্রী তথা ফেৰীৰ কৰ্মচাৰীৰ তৎপৰতাত উদ্ধাৰ যুৱকজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in