অসমৰ তৃতীয়গৰাকী চিকিৎসক আক্ৰান্ত হ’ল কোৰোনাত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ অসমত তৃতীয়গৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ অৱস্থিতি। বিগত সময়ত কামৰূপৰ শিঙিমাৰী মডেল চিকিৎসালয়ত সেৱা আগবঢ়াই থকা দীপক চন্দ্ৰ দাস নামৰ চিকিৎসক গৰাকীৰ দেহত ধৰা পৰিছে কোৰোনা।

শিঙিমাৰী মডেল চিকিৎসালয়ত পৰিদৰ্শকৰ দায়িত্ব থকা দীপক চন্দ্ৰ দাসক বৰ্তমান গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। স্বাস্থ্যবিভাগে ইতিমধ্যে তেওঁৰ সংস্পৰ্শলৈ অহা লোকৰ চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in