শেহতীয়া খবৰ
কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী, বৰ অসমৰ শিক্ষামন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী ৰূপৰাম সূত স্মাৰক বক্তৃতা-কবিতা পাঠৰ অনুষ্ঠান  •  আজৰি নাই! ইমানেই আন্তৰিকতা অসমীয়াৰ প্ৰতি...  •  বনদস্যু বীৰাপ্পনাৰ কন্যাৰ বিজেপিত যোগদান  •  'পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যা কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিব শ্ৰীৰাম সেনাৰ সদস্যই…  •  মাংস আৰু কণী আপোনাৰো প্ৰিয় নেকি? তেন্তে এবাৰ পঢ়ক এই বাতৰি...  •  বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...  •  উৰিয়ামঘাটত পিষ্টলসহ এজনক আটক...  •  কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পাছতে অধিক ৰোগীৰ মৃত্যু হৈছে এইখন দেশত...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...

ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়…

79

ডিজিটেল সংবাদ, সৰুপথাৰঃ বিহাৰৰ পাটনাত যোৱা ১৩-১৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত অসমৰ দলে চাৰিটা সোন,এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক জয় কৰিবলে সক্ষম হয়। সোণৰ পদক লাভ কৰা খেলুৱৈ সকল হল ক্ৰমে জোনমনি বড়ো, দেবী দৈমাৰী,মনজিতা কটকী আৰু ৰুঞ্জাপ্ৰিয়া পাঠক।ৰূপৰ পদক লাভ কৰে সীমান্ত বৰাই ।

অন্যহাতে ব্ৰঞ্জৰ পদক জয় কৰে কিশোৰ ঠাকুৰীয়া,শ্যাম হাজৰিকা আৰু মধুস্মিতা হাজৰিকাই | ইফালে জোনমনি বড়োয়ে ‘দ্বিতীয় ষ্ট্ৰং ৱমেন অৱ ইণ্ডিয়া’ খিতাপ লাভ কৰে | দলটোৰ মেনেজাৰ আৰু প্ৰশিক্ষক আছিল ক্ৰমে মুজাহিদ ৰাজা আৰু প্ৰশান্ত বৰা।অসম শক্তি উত্তোলন সন্হাৰ সম্পাদক অজয় চেতিয়াই এই কথা জানিবলৈ দিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি