শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ক’হিমাত অস্ত্ৰসহ এন এছ চি এন (কে)ৰ দুজন দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ আছাম ৰাইফলছৰ

88

ডিজিটেল সংবাদ, ৱাখাঃ বিশেষ খবৰৰ ভিত্তিত আছাম ৰাইফলছে সোমবাৰে ৰাজধানী ক’হিমাত অভিযান চলাই ম্যানমাৰস্থিত এন এছ চি এন কেৰ আউং য়ুংগৰ গোটৰ দুজন দুৰ্ধষ কেডাৰক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে। বিদ্ৰোহী দুজনৰ পৰা সেনাই পিষ্টল, হেণ্ড গেনেড, বিস্ফোৰক সামগ্ৰী আৰু ধন দাবীপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সেনাৰ মুখপাত্ৰ কৰ্ণেল চি কোঁৱৰে ক’হিমাত সদৰী কৰা মতে গ্ৰেপ্তাৰ কৰা এন এছ চি এনৰ সদস্য দুজন নাগালেণ্ডৰ ঝুনহবু’ট জিলাৰ গিলিয়েট ঝিম আৰু ডিমাপুৰ হমলেণ্ড গাঁৱৰ স্বয়ম্ভূ কেপ্তেইন হেকেহাজ অৱমি কানবো বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, ধৃত বিদ্ৰোহী দুয়োজনে দীৰ্ঘদিনৰ পৰা ডিমাপুৰ আৰু ক’হিমাত অস্ত্ৰৰ সৰবৰাহ কামত জড়িত আহিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি