শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

অসম আৰক্ষীত ডিএছপি পৰ্যায়ত ব্যাপক সালসলনি…

  • অসম আৰক্ষীত ডিএছপি পৰ্যায়ত সালসলনি।
  • লখিমপুৰ জিলাৰ ডিএছবি তিলক দাসক বদলি কৰা হৈছে।
  • শদিয়াৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ৰূপে বদলি তিলক দাসক।
  • কোকৰাঝাৰৰ ডিএছপি (ডিএছবি) কৰুণাকান্ত দাসকো কৰা হৈছে বদলি।
  • চিআইডিৰ ডিএছপি ৰূপে নিযুক্তি কৰুণাকান্ত দাসক।
  • 1st APBn সহকাৰী অধিনায়কক কোকৰাঝাৰৰ ডিএছপি (ডিএছবি) ৰূপে দায়িত্ব প্ৰদান।
  • নলবাৰীৰ ডিএছপি (ডিএছবি) চৰণ পাঠকক চিআইডিৰ ডিএছপি ৰূপে বদলি।
  • ধুবুৰীৰ ডিএছপি (মুখ্য কাৰ্যালয়) দীপক দাসক বঙাইগাঁৱৰ ডিএছপি (বি) ৰূপে বদলি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি