অসম আৰক্ষীত ডিএছপি পৰ্যায়ত ব্যাপক সালসলনি…

অসম আৰক্ষীত ডিএছপি পৰ্যায়ত ব্যাপক সালসলনি…
  • অসম আৰক্ষীত ডিএছপি পৰ্যায়ত সালসলনি।
  • লখিমপুৰ জিলাৰ ডিএছবি তিলক দাসক বদলি কৰা হৈছে।
  • শদিয়াৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ৰূপে বদলি তিলক দাসক।
  • কোকৰাঝাৰৰ ডিএছপি (ডিএছবি) কৰুণাকান্ত দাসকো কৰা হৈছে বদলি।
  • চিআইডিৰ ডিএছপি ৰূপে নিযুক্তি কৰুণাকান্ত দাসক।
  • 1st APBn সহকাৰী অধিনায়কক কোকৰাঝাৰৰ ডিএছপি (ডিএছবি) ৰূপে দায়িত্ব প্ৰদান।
  • নলবাৰীৰ ডিএছপি (ডিএছবি) চৰণ পাঠকক চিআইডিৰ ডিএছপি ৰূপে বদলি।
  • ধুবুৰীৰ ডিএছপি (মুখ্য কাৰ্যালয়) দীপক দাসক বঙাইগাঁৱৰ ডিএছপি (বি) ৰূপে বদলি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in