এনকাউন্টাৰ; আৰক্ষীৰ গুলী আহত বলাৎকাৰৰ অভিযুক্ত…

এনকাউন্টাৰ; আৰক্ষীৰ গুলী আহত  বলাৎকাৰৰ অভিযুক্ত…
  • ৰাজ্যত পুনৰ এনকাউন্টাৰ।
  • ৫ বছৰীয়া শিশু বলাৎকাৰৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী।
  • পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত এই ঘটনা।
  • অভিযুক্ত হৰেন্দ্ৰ ৰাম নামৰ লোক জনৰ বাঁও ভৰিত গুলী লাগে।
  • আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে গুলী চলায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in