মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম আৰক্ষীয়ে দাহ কৰিব ড্ৰাগছ, গাঞ্জা..

মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম আৰক্ষীয়ে দাহ কৰিব ড্ৰাগছ, গাঞ্জা..
  • মুখ্যমন্ত্ৰীৰ উপস্থিতিত গোলাঘাটত দাহ কৰা হ'ব ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী।
  • দাহ কৰিবলগীয়া এই নিচাযুক্ত সামগ্ৰীখিনি আৰক্ষীয়ে বিভিন্নসময়ত উদ্ধাৰ কৰা।
  • এই নিচাযুক্ত দ্ৰব্যখিনিৰ মাজত হিৰ'ইন আছে ৮২০ গ্ৰাম।
  • ১৫ টা বেগত গাঞ্জা আছে প্ৰায় ১২০০ কেজি।
  • অপিয়াম আছে ৩ কেজি।
  • নিচাযুক্ত টেবলেট আছে ১০ লাখ ৬১ হাজাৰ ১৭৭ টা।
  • এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু কেইবাগৰকীও মন্ত্ৰী।
  • গোলাঘাট আৰক্ষী ছাউনীৰ প্লে গ্ৰাউণ্ডত অনুষ্ঠিত হৈ এই সকাৰ্যসূচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in