শেহতীয়া খবৰ
ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত...  •  নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...

মহানগৰীৰ ৪ আৰক্ষীৰ দেহত পুনৰ কোৰোনা…

370
  • কোৰোনাত আক্ৰান্ত হৈছে পুনৰ ৪ জন আৰক্ষী।
  • আটাইকেইজনে গুৱাহাটী মহানগৰীৰ বুলি জানিব পৰা গৈছে।
  • কোৰোনাত আক্ৰান্তসকল হৈছে, পল্টন বজাৰ থানাৰ এএছআই গুঞ্জনন্দ টাইড।
  • বিৰুবাৰী আৰক্ষী চকীৰ তিনিগৰাকী আৰক্ষীও আক্ৰান্ত কোৰোনাত।
  • আক্ৰান্ত হৈছে এছআই জগদীশ কলিতা আৰু তেওঁৰ গাড়ীচালক আৰু দেহৰক্ষী।
  • বৰ্তমান আটাইকেইগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
  • ফাঁচী বজাৰ আৰক্ষী চকীৰ কনিষ্টবল গণেশ বৰদলৈৰ দেহটো ধৰা পৰিছে কোৰোনা ভাইৰাছ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি