মহানগৰীৰ ৪ আৰক্ষীৰ দেহত পুনৰ কোৰোনা…

মহানগৰীৰ ৪ আৰক্ষীৰ দেহত পুনৰ কোৰোনা…
  • কোৰোনাত আক্ৰান্ত হৈছে পুনৰ ৪ জন আৰক্ষী।
  • আটাইকেইজনে গুৱাহাটী মহানগৰীৰ বুলি জানিব পৰা গৈছে।
  • কোৰোনাত আক্ৰান্তসকল হৈছে, পল্টন বজাৰ থানাৰ এএছআই গুঞ্জনন্দ টাইড।
  • বিৰুবাৰী আৰক্ষী চকীৰ তিনিগৰাকী আৰক্ষীও আক্ৰান্ত কোৰোনাত।
  • আক্ৰান্ত হৈছে এছআই জগদীশ কলিতা আৰু তেওঁৰ গাড়ীচালক আৰু দেহৰক্ষী।
  • বৰ্তমান আটাইকেইগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
  • ফাঁচী বজাৰ আৰক্ষী চকীৰ কনিষ্টবল গণেশ বৰদলৈৰ দেহটো ধৰা পৰিছে কোৰোনা ভাইৰাছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in