যুৱ কংগ্ৰেছৰ নেতাক আলফাত যোগদান কৰোৱাৰ সন্দহেত আটক এজন…

যুৱ কংগ্ৰেছৰ নেতাক আলফাত যোগদান কৰোৱাৰ সন্দহেত আটক এজন…
  • আলফাৰ লিংকমেন বিচাৰি আৰক্ষীৰ অভিযান।
  • শিৱসাগৰত চলাইছে আৰক্ষীয়ে অভিযান।
  • এই অভিযানত আলফাৰ লিংকমেনৰ সন্দেহত আটক এজনক।
  • আটক কৰা সন্দেহজনক লিংকমেন গৰাকীৰ নাম স্বপ্নীল বৰপাত্ৰ গোহাঁই।
  • শদিয়া আৰক্ষীয়ে আটক কৰিছে যুৱকজনক।
  • যুৱ কংগ্ৰেছৰ নেতা জনাৰ্দন গগৈক আলফাত যোগদান কৰোৱাৰ সন্দেহত আটক কৰা হৈছে তেওঁক।
  • পূৰ্বেও এইগৰাকী স্বপ্নীল বৰপাত্ৰ গোঁহাইক আলফাৰ সন্দেহত আটক কৰিছিল তেওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in