সলনি হ’ল ৰাজ্যৰ শিক্ষাবৰ্ষঃ ৰাজ্যিক কেবিনেটৰ অনুমোদন…

সলনি হ’ল ৰাজ্যৰ শিক্ষাবৰ্ষঃ ৰাজ্যিক কেবিনেটৰ অনুমোদন…
  • সলনি হ'ল ৰাজ্যৰ শিক্ষাবৰ্ষ।
  • ১ এ‌‌‌প্ৰিলৰ পৰা ৩১ মাৰ্চলৈ হ'ব নতুন ‌শিক্ষাবৰ্ষ।
  • কোৰোনা সংকটৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ কেবিনেটে অনুমোদন জনায় এই সিদ্ধান্তক।
  • উল্লেখ্য কিছুদিনৰ পূৰ্বে নতুন শিক্ষাবৰ্ষক লৈ শিক্ষা বিভাগে লৈছিল সিদ্ধান্ত।
  • ৰাজ্যৰ বহু শিক্ষাবিদৰ পৰা এই সম্পৰ্কত পৰামৰ্শয়ো গ্ৰহণ কৰিছিল শিক্ষা বিভাগে।
  • অৱশেষত সোমবাৰৰ ৰাজ্যিক কেবিনেটে অনুমোদন জনায় নতুন শিক্ষাবৰ্ষক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in