শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

ৰাজ্যত আকৌ ৪৪৭৫জন কোভিড পজিটিভ, ৪১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ…

1,163
  • ৰাজ্যত আকৌ ৪৪৭৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • অসমত মঙলবাৰৰ দিনটোত ৫৫০০৩জনৰ কোভিড টেষ্ট কৰা হয়।
  • তাৰে ভিতৰত ৪৪৭৫জনৰ কোৰোনাৰ উপস্থিতি ধৰা পৰে।
  • ইয়াৰে ভিতৰত কামৰূপ মেট্ৰ’ৰ ১৪১৭জন কোৰোনাত আক্ৰান্ত হৈছে। ইফালে, ৰাজ্যত আজিৰ দিনটোত কোৰোনাত আক্ৰান্ত ৪১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি