লাভলীনাৰ খেল চাবলৈ ২০ মিনিট সময় স্থগিত থাকিব অসম বিধানসভা

লাভলীনাৰ খেল চাবলৈ ২০ মিনিট সময় স্থগিত থাকিব অসম বিধানসভা
  • অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন পুনৰ আৰম্ভ।
  • বুধবাৰে পৰা পুনৰ আৰম্ভ হৈছে অধিৱেশন।
  • বুধাবৰেও ১১ বজাৰ পৰা ২০ মিনিট সময় স্থগতি থাকিব অধিবেশন।
  • লাভলীনা বৰগোহাঁইৰ খেল উপভোগ কৰিবলৈ ২০ মিনিট সময় স্থগিত ৰাখিব বিধানসভাৰ কাম-কাজ।
  • শাসক-বিৰোধী উভয়েই সন্মতি জনাইছে এই সিদ্ধান্তত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in