অসমত পাতিছিল জেহাদীয়ে ঘাটিঃ মন্তব্য ডিজিপি কুলধৰ শইকীয়াৰ

অসমত পাতিছিল জেহাদীয়ে ঘাটিঃ মন্তব্য ডিজিপি কুলধৰ শইকীয়াৰ
  • অসমত জেহাদীৰ সক্ৰিয়তাক লৈ শংকিত অসম আৰক্ষী।
  • 'জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।'
  • 'জেহাদীৰ সন্দৰ্ভত নতুন নতুন তথ্য লাভ অসম আৰক্ষীৰ।'
  • দেওবাৰে এই মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই।
  • কামৰুজ জামানৰ ৩ সহযোগী সম্পৰ্কত কুলধৰ শইকীয়াৰ মন্তব্য।
  • অস্ত্ৰ-শস্ত্ৰ ক্ৰয় আৰু হিজবুল মুজাহিদীনত সদস্যভৰ্তিৰ বাবে অসমত বাহৰ পাতিছিল তিনিওজনে।‍

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in