অসমত হিজবুল মুজাহিদীনে মেলিছিল ভয়ংকৰ জাল

অসমত হিজবুল মুজাহিদীনে মেলিছিল ভয়ংকৰ জাল

ডিজিটেল সংবাদ, হোজাইঃ অসমত ভয়ংকৰ কূটাঘাতৰ জাল মেলিছিল হিজবুল মুজাহিদীনে। হোজাইৰ লগতে ৰাজ্যখনৰ অন্য জিলাতো মুজাহিদীনে ভিতৰি ভিতৰি সদস্যভৰ্তি অভিযান আৰম্ভ কৰিছিল। জেহাদী সংগঠনটো শক্তিশালী কৰিবলৈ ওমৰ ফাৰুক নামৰ জেহাদী সদস্যজনলৈ কাশ্মীৰৰ পৰা প্ৰেৰণ কৰা হৈছিল ধন।

শনিবাৰে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ওমৰ ফাৰুকৰ প্ৰাথমিক জেৰাত এই কথা পোহৰলৈ আহিছে। কানপুৰত উত্তৰপ্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কমলউদ্দিনে অসমত হিজবুল মুজাহিদীনৰ সাংগঠনিক কাম-কাজ চোৱাৰ দায়িত্ব অৰ্পণ কৰিছিল দুুই সহযোগীক। শনিবাৰে এক সংবাদমেলযোগে হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে কি ক'লে। চাওঁক ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in