প্ৰকাশ পালে নতুন SOP: আন্তঃজিলা যাতায়ত, কাৰ্ফিউ সন্দৰ্ভত নতুন নিৰ্দেশনা..

প্ৰকাশ পালে নতুন SOP: আন্তঃজিলা যাতায়ত, কাৰ্ফিউ  সন্দৰ্ভত নতুন নিৰ্দেশনা..
  • পুনৰ প্রকাশ পালে কোভিডৰ নতুন SOP।
  • নতুন SOP অনুসৰি গোলাঘাট, লখিমপুৰত অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন ব্যৱস্থা।
  • কোভিড পৰিস্থিতি উন্নত হোৱা যোৰহাট, বিশ্বনাথ, শোণিতপুৰত শিথিল কৰা হৈছে লকডাউন।
  • এযোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।
  • মৰিগাঁও আৰু গোৱালপাৰা জিলাতো দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।
  • কামৰূপ মহানগৰ জিলাকে ধৰি ২৫ খন জিলাত ৫ বজাৰ পৰা আৰম্ভ হ'ব কাৰ্ফিউ।
  • নতুন SOP অনুসৰি পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা।
  • ৩১ জুলাইলৈ বাহাল থাকিব এই নিৰ্দেশনাসমূহ।
  • এই সময়চোৱাত পূৰ্বৰ দৰেই বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, সাপ্তাহিক বজাৰ আদি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in