ৰাজ্যিক কৰ্মচাৰীসকলে কেতিয়াকৈ পাব জুন মাহৰ দৰমহা!…

ৰাজ্যিক কৰ্মচাৰীসকলে কেতিয়াকৈ পাব জুন মাহৰ দৰমহা!…
  • কৰ্মচাৰী সকললৈ এটা ভাল খবৰ।
  • জুলাই মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব জুন মাহৰ দৰমহা।
  • পেন্সনাৰ সকলেও লাভ কৰিব একেসময়তে পেন্সন।
  • বিত্ত বিভাগে এই সন্দৰ্ভত প্ৰতিখন জিলাৰ কোষাগাৰলৈ জাৰি কৰিছে নিৰ্দেশনা।
  • যোৱা ২৮জুন তাৰিখে এই নিৰ্দেশনা প্ৰদান কৰিছে বিত্ত বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in