কোৰোনাত আক্ৰান্ত হৈ মৃত্যু নাৰায়ণপুৰৰ যুৱতীৰ…

কোৰোনাত আক্ৰান্ত হৈ মৃত্যু নাৰায়ণপুৰৰ যুৱতীৰ…
  • কোভিড-১৯ত আক্ৰান্ত হৈ নাৰায়ণপুৰৰ যুৱতীৰ দিল্লীত মৃত্যু।
  • মৃত যুৱতীগৰাকীৰ নাম ছোনীয়া দেউৰী।
  • নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ পাহাৰসিং দেউৰী আৰু দিদৌবা দেউৰীৰ কন্যা ছোনীয়া দেউৰী।
  • বিগত ১২ বছৰ ধৰি দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ছোনীয়া।
  • বুধবাৰে সন্ধিয়া ৫-৩০ বজাত দিল্লীৰ এইমছৰ ট্ৰমা চেন্টাৰত মৃত্যু হয় যুৱতী গৰাকীৰ।
  • যুৱতী গৰাকীৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছা পেলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in