অসমঃ স্বাধীনতা দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন…সবিশেষ

অসমঃ স্বাধীনতা দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন…সবিশেষ

ডিজিটেল ডেস্কঃ ১৫আগষ্টত অসমত কোনে কত কৰিব পতাকা উত্তোলন।

  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালঃ জজ খেলপথাৰ, গুৱাহাটী
  • বিত্ত তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ মৰিগাঁও
  • কৃষিমন্ত্ৰী অতুল বৰাঃ গোলাঘাট
  • প্ৰমীলাৰাণী ব্ৰহ্মঃ কোকৰাঝাৰ
  • পৰিমল শুক্লবৈদ্যঃ কৰিমগঞ্জ
  • চন্দ্ৰমোহন পাটোৱাৰীঃ শিৱসাগৰ
  • কেশৱ মহন্তঃ যোৰহাট
  • ৰিহণ দৈমাৰীঋ ওদালগুৰি
  • ৰঞ্জিত দত্তঃ শোণিতপুৰ
  • সিদ্ধাৰ্থ ভট্টাচাৰ্যঃ বৰপেটা
  • ফণীভূষণ চৌধুৰীঃ গোৱালপাৰা
  • চন্দন ব্ৰহ্মঃ বৰাইগাঁও
  • চুম ৰংহাংঃ হোজাই
  • নৱ কুমাৰ দলেঃ দৰং
  • ভৱেশ কলিতাঃ বাক্সা
  • পীয়ুষ হাজৰিকাঃ নগাঁও
  • যোগেন মহনঃ ডিব্ৰুগড়
  • সঞ্জয় কিষাণঃ ধেমাজি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in