শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

অসমঃ স্বাধীনতা দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন…সবিশেষ

674

ডিজিটেল ডেস্কঃ ১৫আগষ্টত অসমত কোনে কত কৰিব পতাকা উত্তোলন।

  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালঃ জজ খেলপথাৰ, গুৱাহাটী
  • বিত্ত তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ মৰিগাঁও
  • কৃষিমন্ত্ৰী অতুল বৰাঃ গোলাঘাট
  • প্ৰমীলাৰাণী ব্ৰহ্মঃ কোকৰাঝাৰ
  • পৰিমল শুক্লবৈদ্যঃ কৰিমগঞ্জ
  • চন্দ্ৰমোহন পাটোৱাৰীঃ শিৱসাগৰ
  • কেশৱ মহন্তঃ যোৰহাট
  • ৰিহণ দৈমাৰীঋ ওদালগুৰি
  • ৰঞ্জিত দত্তঃ শোণিতপুৰ
  • সিদ্ধাৰ্থ ভট্টাচাৰ্যঃ বৰপেটা
  • ফণীভূষণ চৌধুৰীঃ গোৱালপাৰা
  • চন্দন ব্ৰহ্মঃ বৰাইগাঁও
  • চুম ৰংহাংঃ হোজাই
  • নৱ কুমাৰ দলেঃ দৰং
  • ভৱেশ কলিতাঃ বাক্সা
  • পীয়ুষ হাজৰিকাঃ নগাঁও
  • যোগেন মহনঃ ডিব্ৰুগড়
  • সঞ্জয় কিষাণঃ ধেমাজি
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি