প্ৰাক্তন বিধায়ক অগপ নেতা বিনোদ গোৱালা আৰু নাই…

প্ৰাক্তন বিধায়ক অগপ নেতা বিনোদ গোৱালা আৰু নাই…
  • সৰুপথাৰৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালাৰ মৃত্যু ।
  • জি এম চি এইছত মৃত্যু হয় প্ৰাক্তন বিধায়গৰাকীৰ।
  • অসুস্থ বিনোদ গোৱালা জি এম চি এইছত চিকিৎসাধীন হৈ আছিল।
  • যোৱা ৩০ মাৰ্চৰ পৰা জি এম চি এইছত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়কগৰাকী।
  • বুধবাৰে দুপৰীয়া ১২:৪০ বজাত মৃত্যু হয় বিনোদ গোৱালাৰ ।
  • বিগত প্ৰায় ৪ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল গোৱালা।
  • জ্যেষ্ঠ অগপ নেতাগৰাকীক উন্নত চিকিৎসাৰ বাবে পৰিয়ালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in