শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

ৰাজ্যত ভুমিকম্পৰ জোকাৰণি…

1,361

ডিজিটেল ডেস্ক : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । সোমবাৰে নিশা ১ বাজি ২৯ মিনিটত ভুমিকম্পৰ জোকাৰণি অনুভূত হয় । ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.৪ মেগনিটিউট । ভূমিকম্পটোৰ উৎপত্তি স্থল গুৱাহাটীৰ পৰা ৪৪ কি.মি. দূৰত্বত বুলি জানিব পৰা গৈছে ।

ভূমিকম্পটো ভূপৃষ্ঠৰ পৰা ৫.o কি.মি. গভীৰতা উৎপত্তি বুলি জানিব পৰা গৈছে । এই ভূমিকম্পৰ ফলত বৰ্তমানলৈ কোনো ক্ষয় ক্ষতিৰ পৰিমান জানিব পৰা যোৱা নাই ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি