ৰাজ্যত ভুমিকম্পৰ জোকাৰণি…

ৰাজ্যত ভুমিকম্পৰ জোকাৰণি…

ডিজিটেল ডেস্ক : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । সোমবাৰে নিশা ১ বাজি ২৯ মিনিটত ভুমিকম্পৰ জোকাৰণি অনুভূত হয় । ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.৪ মেগনিটিউট । ভূমিকম্পটোৰ উৎপত্তি স্থল গুৱাহাটীৰ পৰা ৪৪ কি.মি. দূৰত্বত বুলি জানিব পৰা গৈছে ।

ভূমিকম্পটো ভূপৃষ্ঠৰ পৰা ৫.o কি.মি. গভীৰতা উৎপত্তি বুলি জানিব পৰা গৈছে । এই ভূমিকম্পৰ ফলত বৰ্তমানলৈ কোনো ক্ষয় ক্ষতিৰ পৰিমান জানিব পৰা যোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in