অসমত আকৌ ৬৩জন কোভিড পজিটিভ, সুস্থ হৈছে ৬৪জন…

অসমত আকৌ ৬৩জন কোভিড পজিটিভ, সুস্থ হৈছে ৬৪জন…
  • অসমত আকৌ ৬৩জনৰ দেহত কোভিড পজিটিভ।
  • ইয়াৰে ২৪জন কামৰূপ মেট্ৰ'ৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৫৪০৯জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, দেওবাৰে ৰাজ্যত সুস্থ হৈছে ৬৪জন।
  • এতিয়ালৈকে ৰাজ্যত আৰোগ্য হৈ সুস্থ হৈছে ২১০৮৬৯জন।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৩৫২০জন ৰোগী।
  • উল্লেখ্য যে,অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০১৭জন লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in