অসমত পুনৰ ৩৭৫৬ জন কোভিড পজিটিভ…

অসমত পুনৰ ৩৭৫৬ জন কোভিড পজিটিভ…
  • অসমত পুনৰ ৩৭৫৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৩২৩জন কামৰূপ মেট্ৰ, ২৯১জন কাছাৰ, ২৬৫জন শোণিতপুৰ আৰু ২৩৬জন তিনিচুকীয়াৰ।
  • এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪৫০২০১জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫১২৩জন সুস্থ হৈছে।
  • আনহাতে, মৃত্যু হৈছে ৰাজ্যত দিনটোত ৫১জন লোকৰ।
  • এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৭০৮১জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in