অসমত আকৌ ৫৮৩৫জন কোভিড পজিটিভ, ৭৩জনৰ মৃত্যু…

অসমত আকৌ ৫৮৩৫জন কোভিড পজিটিভ, ৭৩জনৰ মৃত্যু…
  • অসমত আকৌ ৫৮৩৫জন কোভিড পজিটিভ।
  • ইয়াৰে ৯২১জন কামৰূপ মেট্ৰ'ৰ, ৪৫১জন নগাঁৱৰ, ৪৪৫জন ডিব্ৰুগড়ৰ আৰু ৩১০জন কামৰূপ গ্ৰাম্যৰ।
  • এতিয়ালেক অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৪০৮৫৮জনলৈ পাইছে বৃদ্ধি।
  • মঙলবাৰে ৰাজ্যত সুস্থ হৈছে ৪৩১১জন লোক আৰু ৭৩জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।
  • এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৬৩৯৩জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in