অসমত আকৌ ৫৭৫৬জন কোভিড পজিটিভ, ৫০জনৰ মৃত্যু…

অসমত আকৌ ৫৭৫৬জন কোভিড পজিটিভ, ৫০জনৰ মৃত্যু…
  • অসমত আকৌ ৫৭৫৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ১৫৪৩জন কামৰূপ মেট্ৰ', ৪৮৪জন কামৰূপ গ্ৰাম্য, ৩৯২জন ডিব্ৰুগড় আৰু ২৯২জন নগাঁৱৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৮৯০৬৯জনলৈ পাছে বৃদ্ধি।
  • ৰাজ্যত শনিবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ৫০জনৰ মৃত্যু হৈছে।
  • এতিয়াও চিকিৎসাধীন হৈ আছে ৩৬,৭৯৯জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in