অসমত আকৌ ২৩৮৫জন কোভিড পজিটিভ, ৩০জনে হেৰুৱাইছে প্ৰাণ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত আকৌ ২৩৮৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ১০৯৯জন কামৰূপ মেট্ৰ'ৰ, ১৮১জন তিনিচুকীয়াৰ, ১৪৮জন ডিব্ৰুগড়ৰ আৰু ৯০জন নগাঁৱৰ।
  • ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৫৮৯৬১জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, দেওবাৰে সুস্থ হৈছে ২৮৩১জন লোক।
  • এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৪৫৫১জন ৰোগী।
  • আনহাতে, দেওবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ৩০জনকৈ লোকৰ মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in