অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ…

অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ…
  • অসমত পুনৰ ২১৬৭জন কোৰোনাত আক্ৰান্ত।
  • দেওবাৰৰ দিনটোত ৰাজ্যত কোভিড টেষ্ট কৰা হয় ১০০৪৫৫জন লোকৰ।
  • ইয়াৰ ভিতৰত ২১৬৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ২২৬জন কামৰূপ মেট্ৰ'ৰ।
  • অসমত বৰ্তমান পজিটিভিটী হাৰ ২.১৬ শতাংশ।
  • ফালে, ৰিকভাৰী হাৰ অসমত ৯০.১৪ শতাংশলৈ বৃদ্ধি।
  • দেওবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৩৬জনৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in