ৰাজ্যত আকৌ ২৪২জন কোভিড পজিটিভ, সুস্থ হৈছে ৩৫৭জন লোক…

ৰাজ্যত আকৌ ২৪২জন কোভিড পজিটিভ, সুস্থ হৈছে ৩৫৭জন লোক…
  • অসমত আকৌ ২৪২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৬৬জন কামৰূপ মেট্ৰ'ৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১০৬৯৬জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, মঙলবাৰে ৰাজ্যত সুস্থ হয় ৩৫৭জন লোক।
  • ৰাজ্যত বৰ্তমানলৈকে সুস্থ হোৱা লোকৰ সংখ্যা ২০৬৩৯৮জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৩৩২৯জন ৰোগী।
  • উল্লেখ্য যে, অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ ৯৬৬জন লোকৰ হৈছে মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in