শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ…

  • অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৬০জন কামৰূপ মেট্ৰ’ৰ, ১৩জন কামৰূপ গ্ৰাম্যৰ, ৯জন নগাঁৱৰ আৰু ৭জন যোৰহাটৰ।
  • ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৮৮জন ৰোগী।
  • চৰকাৰী তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত পজিটিভিটী হাৰ ০.৪৪ শতাংশ।
  • ইফালে, উক্ত দিনটোত ৰাজ্যত সুস্থ হয় ১৯৮জন লোক।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে অসমত কোৰোনাত আক্ৰান্ত ৩জন লোকে হেৰুৱাই প্ৰাণ।