শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

অসমত পুনৰ ৪৪৪জন কোভিড পজিটিভ, ৮জনৰ মৃত্যু…

  • অসমত পুনৰ ৪৪৪জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৯৪জন কামৰূপ মেট্ৰ’ৰ, ৪৬জন গোলাঘাটৰ, ৩৫জন যোৰহাটৰ, ৩২জন শিৱসাগৰৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৯৬৬০৬জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বুধবাৰৰ দিনটোত অসমত সুস্থ হয় ৭০৬জন লোক।
  • আনহাতে, উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ৮জন লোকৰ মৃত্যু।
  • উল্লেখ্য যে, এতিয়াও ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪০৪৯জন ৰোগী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি