অসমত পুনৰ ৪৪৪জন কোভিড পজিটিভ, ৮জনৰ মৃত্যু…

অসমত পুনৰ ৪৪৪জন কোভিড পজিটিভ, ৮জনৰ মৃত্যু…
  • অসমত পুনৰ ৪৪৪জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৯৪জন কামৰূপ মেট্ৰ'ৰ, ৪৬জন গোলাঘাটৰ, ৩৫জন যোৰহাটৰ, ৩২জন শিৱসাগৰৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৯৬৬০৬জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বুধবাৰৰ দিনটোত অসমত সুস্থ হয় ৭০৬জন লোক।
  • আনহাতে, উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ৮জন লোকৰ মৃত্যু।
  • উল্লেখ্য যে, এতিয়াও ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪০৪৯জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in