হ্ৰাস পাইছে সংক্ৰমণঃ অসমত ১০৬৫জন কোৰোনাত আক্ৰান্ত…

হ্ৰাস পাইছে সংক্ৰমণঃ অসমত ১০৬৫জন কোৰোনাত আক্ৰান্ত…
  • অসমত পুনৰ ১০৬৫জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ১৮১জন কামৰূপ মেট্ৰ'ৰ, ৭১জন লখিমপুৰৰ, ৬৩জন বৰপেটাৰ আৰু ৫৬জন নলবাৰীৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৭০৫০৪জনলৈ বৃদ্ধি পাইছে।
  • ৰাজ্যখনত বুধবাৰৰ দিনটোত সুস্থ হৈছে ১২৬৩জন লোক।
  • তাৰ বিপৰীতে কোৰোনাত মৃত্যু ১৯জন লোকৰ।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১০৮৭৬জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in