শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

সাৱধান! ৰাজ্যত ৬ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত, ১১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ…

  • দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • দেশৰ আন প্ৰান্তৰ লগতে অসমতো ইয়াৰ সংক্ৰমণ বৃদ্ধি পাই গৈ আছে।
  • স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, সোমবাৰে ৰাজ্যত ৬৯৮২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • অসমত তৃতীয় ঢৌৰ এয়াই সৰ্বাধিক সংখ্যা এদিনত কোৰোনাত সংক্ৰমিত লোকৰ।
  • ইফালে, পজিটিভিটি হাৰ ১০.৭৫ শতাংশলৈ বৃদ্ধি পাইছে।
  • ৰাজ্যত সোমবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ১১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।
  • ইয়াৰ বিপৰীতে অসমত সুস্থ হৈছে মাত্ৰ ২২৮১জন লোক।
  • ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩৯৪৮জন ৰোগী।