অসমত ২৮৩৭জন কোভিড পজিটিভ, দুজনৰ মৃত্যু…

অসমত ২৮৩৭জন কোভিড পজিটিভ, দুজনৰ মৃত্যু…
  • অসমত পুনৰ ২৮৩৭জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৮৭০জন কামৰূপ মেট্ৰ'ৰ, ২১৫জন যোৰহাটৰ, ১৮৯জন কাচাৰৰ আৰু ১৭০জন ডিব্ৰুগড়ৰ।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯২৫৩জন ৰোগী।
  • ইফালে, মঙলবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৪৪৯জন লোক।
  • আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত দুজন লোকৰ মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in