অসমত পুনৰ ১০ জন লোকৰ দেহত কোৰোনা ভাইৰাছ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত পুনৰ ১০ জন লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।
  • উল্লেখ্য যে, আক্ৰান্তসকলৰ ৪ জন মৰিগাঁও জিলাৰ।
  • আনহাতে বাকীসকলৰ ২ জন নলবাৰীৰ, নগাঁও, হোজাই, গোলাঘাট আৰু যোৰহাট জিলাৰ এগৰাকীকৈ লোক।
  • অসমত মুঠ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩২৯ গৰাকীলৈ বৃদ্ধি।
  • আৰোগ্য হৈছে ৫৪ গৰাকী লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in