শেহতীয়া খবৰ
অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ পেনেলত কোন কোন সাংসদ... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ

অসমত পুনৰ ১০ জন লোকৰ দেহত কোৰোনা ভাইৰাছ…

1,202
  • অসমত পুনৰ ১০ জন লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।
  • উল্লেখ্য যে, আক্ৰান্তসকলৰ ৪ জন মৰিগাঁও জিলাৰ।
  • আনহাতে বাকীসকলৰ ২ জন নলবাৰীৰ, নগাঁও, হোজাই, গোলাঘাট আৰু যোৰহাট জিলাৰ এগৰাকীকৈ লোক।
  • অসমত মুঠ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩২৯ গৰাকীলৈ বৃদ্ধি।
  • আৰোগ্য হৈছে ৫৪ গৰাকী লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি