অসমত কোৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু…

অসমত কোৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু…
  • ৰাজ্যত কোৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ আন এজন লোকৰ মৃত্যু।
  • তেজপুৰ মেডিকেল কলেজত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে এজনৰ।
  • লোকজনৰ নাম কমল কৃষ্ণ পাল বুলি জানিব পৰা গৈছে।
  • লোকজনৰ বয়স ৬৭ বছৰ আৰু ঘৰ তেজপুৰৰ নতুনপাৰাত।
  • পত্নীসহ ২৯ মে'ত মুম্বাইৰ পৰা আহিছিল পাল।
  • পত্নী ভাৰতী পালো কোৰোণাত আক্ৰান্ত হৈ TMCHত চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in