শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

অসমত কোৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু…

4,043
  • ৰাজ্যত কোৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ আন এজন লোকৰ মৃত্যু।
  • তেজপুৰ মেডিকেল কলেজত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে এজনৰ।
  • লোকজনৰ নাম কমল কৃষ্ণ পাল বুলি জানিব পৰা গৈছে।
  • লোকজনৰ বয়স ৬৭ বছৰ আৰু ঘৰ তেজপুৰৰ নতুনপাৰাত।
  • পত্নীসহ ২৯ মে’ত মুম্বাইৰ পৰা আহিছিল পাল।
  • পত্নী ভাৰতী পালো কোৰোণাত আক্ৰান্ত হৈ TMCHত চিকিৎসাধীন হৈ আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি