আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ…

আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ…

ডিজিটেল ডেস্ক: আজি অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ তলত উল্লেখ কৰা হ'ল-

স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে কাঠামো:

সকলো স্নাতক/স্নাতকোত্তৰ প্ৰগ্ৰেম যেনে- BA, BSc, MA, MSc, BCA, BBA আমি বা ৩০২ৰ বৰ্তমানৰ আৰ্হিৰ অন্য কোনো অনুৰূপ পাঠ্যক্ৰমৰ বাবে প্ৰযোজ্য বা যিকোনো সংহত আৰ্হিৰ বাবে প্ৰযোজ্য

মূল নির্দেশনা:

• শিক্ষা আঁচনিৰ নিৰ্দেশনা অনুসৰি বৰ্তমানৰ Choice Based Credit System (CBCS) বোৰ্ডৰ পুনৰীক্ষণ।

• শাখা, পাঠ্যক্রম আৰু পাঠ্যক্ৰমৰ বাহিৰৰ বৃত্তিমূলক আৰু শৈক্ষিক ক্ষেত্রত কোনো কঠিন পৃথকীকৰণ নহয়।

পৰিকাঠামো-

৩ বা ৪ বছৰৰ সময়সীমাৰ স্নাতক ডিগ্রী পাঠ্যক্ৰম (একাধিক নামভর্তি, আংশিক পাঠ্যক্রম, পুনৰ নামভৰ্তি আদি বিকল্পৰ সৈতে)

● ১ বছৰ (২ষাণ্মাসিক) সম্পূৰ্ণ কৰাৰ পাছত এখন প্রমাণপত্র

• ২ বছৰৰ পাছত (৪ ষাণ্মাসিক) ডিপ্লম

• ৩ বছৰীয়া পাঠ্যক্ৰমৰ পাছত স্নাতক ডিগ্রী (৬ ষাণ্মাসিক)

• ৪ বছৰীয়া পাঠ্যক্ৰমৰ পাছত অনাৰ্ছৰ সৈতে স্নাতক ডিগ্রী (৮ষাণ্মাসিক)

• জটিল গৱেষণা প্রকল্প সম্পূর্ণ কৰা শিক্ষার্থীয়ে ৪ বছৰীয়া পাঠ্যক্ৰমৰ পাছত গৱেষণাৰ সৈতে স্নাতক ডিগ্রী।

৩ বছৰত স্নাতক ডিগ্ৰী সম্পূর্ণ কৰা সকলৰ বাবে ১ বছৰৰ পাঠ্যক্ৰমৰ পাছত নির্দিষ্ট শাখাৰ স্নাতকোত্তৰ ডিপ্লমা

স্নাতকোত্তৰ ডিগ্ৰী প্ৰগ্ৰেমৰ ডিজাইন/সময়সীমাৰ ক্ষেত্ৰত নমনীয়তা

• ২ বছৰীয়া স্নাতকোত্তৰ ডিগ্রী পাঠ্যক্ৰম,য'ত 2য় বৰ্ষটি গৱেষণাৰ বাবে নিবেদিত (৩ বছৰীয়া স্নাতক ডিগ্রী সম্পূর্ণ কৰা বাবে)

● ৪ বছৰীয়া ডিগ্রী সম্পূর্ণ কৰাৰ বাবে ১ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম।

সুৰক্ষিত যাত্ৰাৰ বাবেও গতিবেগ নিৰ্ধাৰণ কৰে এই  কেবিনেটত-

জোৱাৰৰ উৎপাদন বৃদ্ধি আৰু যুক্তিগত শিক্ষক বদলি প্ৰক্ৰিয়াৰ ক্ষেত্ৰটো বিশেষ সিদ্ধান্ত-

পদোন্নতি সহায়ক হোৱাকৈ নিয়ম সংশোধন আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰত্যক্ষ নিযুক্তিত সৰলীকৰণৰ ওপৰতো বিশেষ সিদ্ধান্ত-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in