শেহতীয়া খবৰ
ৰাজ্যত পুনৰ কোভিড-১৯ত আক্ৰান্ত এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  বিশ্বনাথত কোভিড ৱাৰ্ডত কাম কৰা এগৰাকী নাৰ্ছৰ দেহত কোৰোনা...  •  কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি...  •  অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...  •  অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...

টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে…VIDEO

720
  • দেওবাৰে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে।
  • জৰ্দানত অনুষ্ঠিত হৈ থকা অলিম্পিকৰ যোগ্যতা অৰ্জন মেচত লাভলীনাই প্ৰতিদ্বন্দ্বী খেলুৱৈক পৰাস্ত কৰিবলৈ সক্ষম হয়।
  • লাভলীনাই নিজৰ প্ৰতিভা দেখুৱাই ৰাজ্যৰ লগতে দেশবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।
  • উজবেকিস্তানৰ মাফটুনাখন মেলিয়েভাক পৰাস্ত কৰে লাভলীনাই।
  • নাৰী দিৱসৰ দিনাই আহিল এই ভাল খবৰ।

  • ৬৯ কিলোৰ শাখাত বিজয়ী হৈছে লাভলীনা।
  • টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা আন দুগৰাকী ভাৰতীয় বক্সাৰ হৈছে এছিয়ান চেম্পিয়ন পূজা ৰাণী (৭৫ কিলো শাখাত) আৰু বিকাশ কিষাণ (৬৯ কিলোৰ শাখাত)।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি