টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে…VIDEO

টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে…VIDEO
  • দেওবাৰে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে।
  • জৰ্দানত অনুষ্ঠিত হৈ থকা অলিম্পিকৰ যোগ্যতা অৰ্জন মেচত লাভলীনাই প্ৰতিদ্বন্দ্বী খেলুৱৈক পৰাস্ত কৰিবলৈ সক্ষম হয়।
  • লাভলীনাই নিজৰ প্ৰতিভা দেখুৱাই ৰাজ্যৰ লগতে দেশবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।
  • উজবেকিস্তানৰ মাফটুনাখন মেলিয়েভাক পৰাস্ত কৰে লাভলীনাই।
  • নাৰী দিৱসৰ দিনাই আহিল এই ভাল খবৰ।
  • ৬৯ কিলোৰ শাখাত বিজয়ী হৈছে লাভলীনা।
  • টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা আন দুগৰাকী ভাৰতীয় বক্সাৰ হৈছে এছিয়ান চেম্পিয়ন পূজা ৰাণী (৭৫ কিলো শাখাত) আৰু বিকাশ কিষাণ (৬৯ কিলোৰ শাখাত)।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in