সন্মুখত বিধানসভা নিৰ্বাচনঃ বৈজয়ন্ত পাণ্ডাক অসম বিজেপিৰ প্ৰভাৰীৰ দায়িত্ব প্ৰদান…

সন্মুখত বিধানসভা নিৰ্বাচনঃ বৈজয়ন্ত পাণ্ডাক অসম বিজেপিৰ প্ৰভাৰীৰ দায়িত্ব প্ৰদান…
  • অসম বিজেপিৰ প্ৰভাৰী হিচাপে নিযুক্তি বৈজয়ন্ত পাণ্ডাক।
  • লগতে সহঃপ্ৰভাৰী হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে পৱন শৰ্মাক।
  • অসম বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ছ'চিয়েল মিডিয়াযোগে জনাইছে এই কথা।
  • তেওঁ লগতে লিখিছে- আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাত্ৰ ১৪৩ দিন বাকী আছে৷
  • আশা ৰাখিছো আমি সকলোৱে একত্ৰিত হৈ দলৰ বিজয় সুনিশ্চিত কৰিম৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in