৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন,,

৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন,,
  • অসম বিধানসভাৰ অধিৱেশনৰ দিন ধার্য।
  • ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন।
  • ২১,২২ আৰু ২৪ মে'ত অনুষ্ঠিত হ'ব অধিৱেশন।
  • প্ৰথমদিনা নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ।
  • দ্বিতীয়দিনা ৰাজ্যপালৰ ভাষণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in