অসমৰ লগতে দেশৰ আন ৪ ৰাজ্যত আজি ভোটগ্ৰহণ

অসমৰ লগতে দেশৰ আন ৪ ৰাজ্যত আজি ভোটগ্ৰহণ
  • অসমৰ লগতে দেশৰ আন ৪ ৰাজ্যত আজি ভোটগ্ৰহণ।
  • পশ্চিম বংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডুত ভোটগ্ৰহণ।
  • পশ্চিম বংগৰ ৩১ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ।
  • কেৰালাৰ ১৪০ টা সমষ্টিত ভোটগ্ৰহণ।
  • পুডুচেৰীৰ ৩০ টা সমষ্টিত ভোটগ্ৰহণ।
  • তামিলনাডুৰ ২৩৪ টা সমষ্টিত ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in