এ আই জি আনন্দ মিশ্ৰৰ বাইক ৰেলীঃ কোকৰাঝাৰত ব্যাপক উৎসাহ…

এ আই জি আনন্দ মিশ্ৰৰ বাইক ৰেলীঃ কোকৰাঝাৰত ব্যাপক উৎসাহ…
  • কোকৰাঝাৰত এ আই জি আনন্দ মিশ্ৰ ।
  • ধুবুৰীৰ পৰা মটৰচাইকেল ৰেলীৰে কোকৰাঝাৰত উপস্থিত আনন্দ মিশ্ৰ ।
  • অসম পুলিচে ৰাষ্ট্ৰপতিৰ কালাৰ্চ পোৱাক লৈ মটৰচাইকেল ৰেলী ।
  • ২৫ খন জিলা সাঙুৰি কৰিব মটৰচাইকেল ৰেলী।
  • অসম আৰক্ষীৰ ২৫ বছৰজোৰা অসাধাৰণ কাৰ্যকলাপৰ বাবে অসম আৰক্ষীয়ে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ কালাৰ্চ।
  • এই উপলক্ষে অহা ১০ মে'ত নেহেৰু ষ্টেডিয়ামত হ'ব অনুষ্ঠান ।
  • আনন্দ মিশ্ৰক কাষত পাই উৎফুল্লিত কোকৰাঝাৰবাসী ।
  • বিভিন্ন দল সংগঠনে জনালে সম্বৰ্ধনা ।
  • আনন্দ মিশ্ৰৰ সতে চেল্ফী ল'বলৈ ছাত্ৰ-ছাত্ৰী , সাধাৰণ জনতা, আৰক্ষীৰ হেতাওপৰা ।
  • President's colour to Assam Police লিখা কে'ক কাটিলে আনন্দ মিশ্ৰই।
  • কণমানিৰ হাতত ধৰি কে'ক কাটিলে শীৰ্ষ আৰক্ষী বিষয়াজনে।
  • আনন্দ মিশ্ৰক আদৰিবলৈ কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্টুপীয়া আয়োজন ।
  • এই আদৰণি অনুষ্ঠানত জিলা উপায়ুক্ত , জিলা অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত ।
  • আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা কিয় সৰ্বাধিক ? উত্তৰ দিলে আনন্দ মিশ্ৰই ।
  • আনন্দ মিশ্ৰক লৈ ব্যাপক উচাহ ।
  • অনুষ্টুপীয়া অনুষ্টানটোৰ পিছতে মটৰচাইকেলেৰে কোকৰাঝাৰৰ পৰা চিৰাং অভিমুখে যাত্ৰা আনন্দ মিশ্ৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in