শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

এ আই জি আনন্দ মিশ্ৰৰ বাইক ৰেলীঃ কোকৰাঝাৰত ব্যাপক উৎসাহ…

  • কোকৰাঝাৰত এ আই জি আনন্দ মিশ্ৰ ।
  • ধুবুৰীৰ পৰা মটৰচাইকেল ৰেলীৰে কোকৰাঝাৰত উপস্থিত আনন্দ মিশ্ৰ ।
  • অসম পুলিচে ৰাষ্ট্ৰপতিৰ কালাৰ্চ পোৱাক লৈ মটৰচাইকেল ৰেলী ।
  • ২৫ খন জিলা সাঙুৰি কৰিব মটৰচাইকেল ৰেলী।
  • অসম আৰক্ষীৰ ২৫ বছৰজোৰা অসাধাৰণ কাৰ্যকলাপৰ বাবে অসম আৰক্ষীয়ে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ কালাৰ্চ।
  • এই উপলক্ষে অহা ১০ মে’ত নেহেৰু ষ্টেডিয়ামত হ’ব অনুষ্ঠান ।
  • আনন্দ মিশ্ৰক কাষত পাই উৎফুল্লিত কোকৰাঝাৰবাসী ।
  • বিভিন্ন দল সংগঠনে জনালে সম্বৰ্ধনা ।
  • আনন্দ মিশ্ৰৰ সতে চেল্ফী ল’বলৈ ছাত্ৰ-ছাত্ৰী , সাধাৰণ জনতা, আৰক্ষীৰ হেতাওপৰা ।
  • President’s colour to Assam Police লিখা কে’ক কাটিলে আনন্দ মিশ্ৰই।
  • কণমানিৰ হাতত ধৰি কে’ক কাটিলে শীৰ্ষ আৰক্ষী বিষয়াজনে।
  • আনন্দ মিশ্ৰক আদৰিবলৈ কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্টুপীয়া আয়োজন ।
  • এই আদৰণি অনুষ্ঠানত জিলা উপায়ুক্ত , জিলা অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত ।
  • আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা কিয় সৰ্বাধিক ? উত্তৰ দিলে আনন্দ মিশ্ৰই ।
  • আনন্দ মিশ্ৰক লৈ ব্যাপক উচাহ ।
  • অনুষ্টুপীয়া অনুষ্টানটোৰ পিছতে মটৰচাইকেলেৰে কোকৰাঝাৰৰ পৰা চিৰাং অভিমুখে যাত্ৰা আনন্দ মিশ্ৰৰ।