ৰাজ্যত কোৰোনাত আক্ৰান্ত ৯৩৮জন হৈছে সুস্থ…

ৰাজ্যত কোৰোনাত আক্ৰান্ত ৯৩৮জন হৈছে সুস্থ…
  • ৰাজ্যত মঙলবাৰে কোৰোনাত আক্ৰান্ত ৯৩৮জন লোক হৈছে সুস্থ।
  • ৰাজ্যত এতিয়ালৈকে সুস্থ হৈছে ১৮,০৩৩জন লোক।
  • ইফালে, চিকিৎসাধীন হৈ আছে ৬৯৯২জন ৰোগী।
  • আনহাতে, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ২৫,০৯২জন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in