দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু…

দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু…
  • ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ১৪জন লোকে হেৰুৱাইছে প্ৰাণ।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে-
  • মহেন্দ্ৰ নাথ, সুবোধ মুখাৰ্জী, ৰতিন্দ্ৰ কুমাৰ চন্দ, পংকজ চেত্ৰী,
  • যোগেশ্বৰ গোঁহাই, বদন দত্ত, বীৰেশ চন্দ্ৰ মালাকাৰ, উপেন্দ্ৰ চন্দ্ৰ কলিতা,
  • দয়াৰাম তিৱাৰী, পিয়াৰা বেগম, ৰঘুনাথ ঠাকুৰীয়া, ভদ্ৰেশ্বৰ গগৈ,
  • কৰবী কলিতা আৰু সন্ত কুমাৰ লোহীয়া।
  • অসমত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫৬২জন লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in