শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু…

371
  • ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ১৪জন লোকে হেৰুৱাইছে প্ৰাণ।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে-
  • মহেন্দ্ৰ নাথ, সুবোধ মুখাৰ্জী, ৰতিন্দ্ৰ কুমাৰ চন্দ, পংকজ চেত্ৰী,
  • যোগেশ্বৰ গোঁহাই, বদন দত্ত, বীৰেশ চন্দ্ৰ মালাকাৰ, উপেন্দ্ৰ চন্দ্ৰ কলিতা,
  • দয়াৰাম তিৱাৰী, পিয়াৰা বেগম, ৰঘুনাথ ঠাকুৰীয়া, ভদ্ৰেশ্বৰ গগৈ,
  • কৰবী কলিতা আৰু সন্ত কুমাৰ লোহীয়া।
  • অসমত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫৬২জন লোকৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি