প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে আপৰ তীব্ৰ প্ৰতিবাদ…

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে আপৰ তীব্ৰ প্ৰতিবাদ…
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে আপৰ প্ৰতিবাদ।
  • দিছপুৰত তীব্ৰ প্ৰতিবাদ আপৰ।
  • ইন্ধন, অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ দলটোৰ।
  • প্ৰতিবাদস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
  • আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি।
  • প্ৰতিবাদত লিপ্ত হোৱা সকলক আৰক্ষীৰ আটক।
  • পেট্ৰ'লত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই শ্ল'গান আপৰ।
  • ঔষধত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই শ্ল'গান আপৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in