‘অসমীয়া প্ৰতিদিন’ৰ দেৱজিৎ বৰ্মনলৈ ‘মিষ্টাৰ গুৱাহাটী’ খিতাপ…

‘অসমীয়া প্ৰতিদিন’ৰ দেৱজিৎ বৰ্মনলৈ ‘মিষ্টাৰ গুৱাহাটী’ খিতাপ…

ডিজিটেল ডেস্কঃ গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত 'শৰাইঘাট জিম' উদ্যোগত যোৱা ২০ নৱেম্বৰত অনুষ্ঠিত হৈছিল মিষ্টাৰ গুৱাহাটী দেহশ্ৰী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৫৫ কিলোগ্ৰাম চিনিয়ৰ শাখাত প্ৰথম স্থান দখল কৰি সোণৰ পদক অৰ্জন কৰিছে দেৱজিৎ বৰ্মনে।

কাহিলীপাৰা 'এটলাছ জিম'ৰ স্বতাধিকাৰী নয়ন মেধীৰ অধীনত প্ৰশিক্ষণ লাভ কৰা দেৱজিতৰ সৰুৰে পৰাই আছিল শৰীৰ চৰ্চাৰ প্ৰতি বিশেষ আকৰ্ষণ। 'অসমীয়া প্ৰতিদিন' কাকতৰ বৈদ্যুতিক অভিযন্ত্ৰা হিচাপে কৰ্মৰত দেৱজিৎ গুৱাহাটীৰ কাহিলীপাৰাৰ নিৱাসী ঘনশ্যাম বৰ্মন আৰু কামিনী বৰ্মনৰ পুত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in