শেহতীয়া খবৰ
১৭ দিনৰ অন্তত 'Tanhaji'ৰ উপাৰ্জন...  •  আনন্দৰ বন্যা বি টি আৰতঃ বড়ো শান্তি চুক্তিত অগ্ৰণী ভূমিকা লোৱা হাগ্ৰামা মহিলাৰীক প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ...VIDEO  •  অভয়াপুৰীত তীব্ৰবেগী চাৰিচকীয়া বাহনৰ সন্ত্ৰাস, মহতিয়াই নিলে দুখনকৈ দুচকীয়া বাহন...  •  নামতিত 'কা' বিৰোধী প্রথমখন প্রতিবাদী গাঁওসভাত চৰকাৰক তীক্ষ্ণ সমালোচনা আছুৰ...  •  বড়ো চুক্তিক লৈ ওদালগুৰিৰ ভিন্ন প্ৰান্তত আবতৰীয়া দিপাৱলী, আনফালে চুক্তিৰ বিৰোধিতাৰে আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ...  •  সম্প্ৰীতিৰ এনাজৰীঃ শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত শ্ৰমদান শ শ মুছলমানধৰ্মী লোকৰ...VIDEO  •  নলবাৰীৰ জ্ঞানদ্বীপ জাতীয় একাডেমীৰ বাৰ্ষিক উৎসৱৰ সামৰণি...  •  আদনান ছামীক পদ্মশ্ৰী সন্মান প্ৰদান কৰাটো দেশৰ ১৩০ কোটি জনতাৰ অপমান, ‘জয় মোডী’ জপ কৰিলেই আজিকালি নাগৰিকত্ব পাব পাৰে কোনো পাকিস্তানীয়েঃ এনচিপি  •  প্ৰেমৰ অপূৰ্ব নিদৰ্শন তাজমহলৰ সৌন্দৰ্য্য পান কৰি অভিভূত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি…  •  কাশ্মীৰৰ বিজবেহাৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী...

‘অসমীয়া প্ৰতিদিন’ৰ দেৱজিৎ বৰ্মনলৈ ‘মিষ্টাৰ গুৱাহাটী’ খিতাপ…

1,117

ডিজিটেল ডেস্কঃ গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত ’শৰাইঘাট জিম’ উদ্যোগত যোৱা ২০ নৱেম্বৰত অনুষ্ঠিত হৈছিল মিষ্টাৰ গুৱাহাটী দেহশ্ৰী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৫৫ কিলোগ্ৰাম চিনিয়ৰ শাখাত প্ৰথম স্থান দখল কৰি সোণৰ পদক অৰ্জন কৰিছে দেৱজিৎ বৰ্মনে।

কাহিলীপাৰা ’এটলাছ জিম’ৰ স্বতাধিকাৰী নয়ন মেধীৰ অধীনত প্ৰশিক্ষণ লাভ কৰা দেৱজিতৰ সৰুৰে পৰাই আছিল শৰীৰ চৰ্চাৰ প্ৰতি বিশেষ আকৰ্ষণ। ’অসমীয়া প্ৰতিদিন’ কাকতৰ বৈদ্যুতিক অভিযন্ত্ৰা হিচাপে কৰ্মৰত দেৱজিৎ গুৱাহাটীৰ কাহিলীপাৰাৰ নিৱাসী ঘনশ্যাম বৰ্মন আৰু কামিনী বৰ্মনৰ পুত্ৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি