বৃদ্ধি কোৰোনাৰ সংক্ৰমণ, অসম জাতীয় বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

ফাইল ফটো
ফাইল ফটো
  • অসমত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা।
  • কোভিডৰ বাবে অসম জাতীয় বিদ্যালয়ে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • প্রাথমিক পৰ্যায়ত পাঠদান বন্ধৰ সিদ্ধান্ত।
  • অংকুৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান বন্ধৰ সিদ্ধান্ত।
  • ২০ এপ্রিলৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত।
  • বন্ধ দীঘলীয়া হ'লে অনলাইনযোগে হ'ব পাঠদান।
  • ষষ্ঠ-দশম শ্রেণীলৈ ৫০% শিক্ষাৰ্থীৰে হ'ব পাঠদান।
  • বাৰ্ষিক প্রতিযোগিতাৰ সকলো কাৰ্যসূচী বাতিল।
  • শিক্ষাৰ্থীৰ বাবে বিদ্যালয়ৰ কেণ্টিন বন্ধৰ সিদ্ধান্ত।
  • শিক্ষাৰ্থীয়ে ঘৰৰ পৰা লৈ আনিব লাগিব ছেনিটাইজাৰ।
  • বিদ্যালয়ত সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in